Ads Area

Golaghat District Recruitment 2021- Apply for Gaonburah Vacancy.


Golaghat District Recruitment 2021:

Last date: 13/09/2021


গোলাঘাট জিলাৰ তলত উল্লেখিত ৰাজহ চক্ৰসমূহৰ অন্তৰ্গত গাওঁ/গাওঁসমূহৰ খালী হৈ থকা চৰকাৰী গাওঁবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থী ৰ পৰা আবেদন বিচৰা হৈছে। 



Post Details of Golaghat District Recruitment 2021:


Eligibility criteria for Golaghat District Recruitment 2021:


১) আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাওসমূহৰ ভিতৰত এখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব।


২) আবেদনকাৰীৰ বয়স ২৫ বছৰৰ তলত হ'ব নোৱাৰিব।


৩) শিক্ষাগত অৰ্হতা  নূন্যতম দশম শ্ৰেণী উক্তীৰ্ন হ'ব লাগিব।


৪) আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব।


How to apply for Golaghat District Recruitment 2021:


আবেদনকৰীয়ে অসম গেজেটৰ খণ্ড IX  ত প্ৰকাশিত প্ৰ-প্ৰত্ৰত (Standard form of application) আবেদন কৰিব লাগিব। আবেদনকাৰীয়ে কোনখন গাঁৱৰ গাওঁ বুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাওঁ/গাওঁসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদন কাৰীৰ মবাইল নম্বৰ স্পষ্টকৈ আবেদন সান্নিবিষ্ট কৰাটো বাধ্যতামূলক।


আবেদন পত্ৰ গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যলয়ত ইংৰাজী ১৩/০৯/২০২১ তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব।


Advertisement:- Click here


Top Post Ad

Below Post Ad