বন্ধ নকৰে অসম চৰকাৰৰ নতুন নিযুক্তি-অতি কম দিনৰ ভিতৰত ১০০০ নতুন পদৰ বিজ্ঞপন মুকলি হব


বন্ধ নকৰে অসম চৰকাৰৰ নতুন নিযুক্তি-অতি কম দিনৰ ভিতৰত ১০০০ নতুন পদৰ বিজ্ঞপন মুকলি হব।অসমৰ প্ৰায় বোৰ News চেনেলত এইটো কৈ আছিল যে অসমত আৰু ৫ বছৰৰলৈ নতুন নিযুক্তি নিদিয়ে।

কিন্তু আজি ১মে' শ্ৰমিক দিৱসৰ দিনা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোৰ সম্পূৰ্ণ বিপৰীতে কয় যে- ৰাজ্যত কোনো কাৰণতে নিযুক্তি বন্ধ নহয়।

আজি ১মে' শুক্ৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন Press Conference ত কয় যে যিখিনি কাম চলি আছে চলিয়ে থাকিব। মন্ত্ৰী ডাঙৰীয়াই কয় যে অহা কালি DHS 452 পদৰ Phase 2 ৰিজাল্ট ঘোষণা কৰিব।আৰু মন্ত্ৰী ডাঙৰীয়াই কয় যে কম দিনৰ ভিতৰত 1000 পদৰ নতুন নিযুক্তিৰ বাবে বিজ্ঞাপন মুকলি হব।

Press conference Video:-Click here


Previous Post Next Post