Ads Area

Assam Government Announced-50,000 Fresh Job advertisement release soon


ৰাজ্যত এই সংকটৰ সময়তো নিবনুৱা সকলৰ বাবে ভাল খবৰ।আজি অসম চৰকাৰে বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বন্ধ নকৰে অসম চৰকাৰৰ নতুন নিযুক্তি-অতি কম দিনৰ ভিতৰত ১০০০ নতুন পদৰ বিজ্ঞপন মুকলি হব।অসমৰ প্ৰায় বোৰ News চেনেলত এইটো কৈ আছিল যে অসমত আৰু ৫ বছৰৰলৈ নতুন নিযুক্তি নিদিয়ে।

কিন্তু আজি 2মে' তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,অসম চৰকাৰৰ চন্দ্ৰ মোহন পাটোৱাৰীকে ধৰি 3জন মন্ত্ৰী, ৰাজ্যৰ NEWS চেনেলৰ সম্পাদকেৰে হোৱা বৈঠকত  বিভিন্ন ধৰণৰ বহুতো কথাৰ আলোচনা কৰা হয়।

এই বৈঠকত Lock Down সম্পকে বহুতো কথা আলোচনা কৰা হয়।ইয়াৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষণত কয় যে ৰাজ্যত চলিত বৰ্ষত 50 হাজাৰ নতুন নিযুক্তি দিয়া হব আৰু আজি DHS 600 পদৰ ৰিজাল্ট দিয়া হব।মন্ত্ৰী ডাঙৰীয়াই আৰু এই কথাও কয় যে অতি কম দিনৰ ভিতৰত 1000 পদৰ বিজ্ঞাপন মুকলি হব। 



Video-Click here

Top Post Ad

Below Post Ad