চীনত আকৌ COVID-19 ৰ ধংশ লীলা আৰম্ভ,এদিনত ১৫০০ নতুন সংক্ৰমণ হৈছে-কম দিনৰ ভিতৰত গোটেই পৃথিৱীত হাহাকাৰ পৰিস্থিতি হব


চীনৰ national medical Council (NSC) এ বুধবাৰে কয় যে  46 নতুন সংক্ৰমণৰ বেছি ভাগেই বিদেশৰ পৰা অহা চীনৰ নাগৰিক। ইয়াৰ উপৰিও মংগলবাৰে নতুন আৰু সংক্ৰমণৰ সংখ্যা 1500 হৈছিল।


বেজিং: চীনত COVID-19 ৰ নতুন 46 সংক্ৰমণৰ 10 টা স্থনীয় সংক্ৰমনৰ লগত জড়িত। Medical Expert এ কয় যে ৰাচীয়াৰ সীীমাত থকা পূবোত্তৰ সীমাৰ চহৰবোৰ দ্বিতীয় বুুহান হব পাৰে।চীনৰ national medical Council (NSC) এ বুধবাৰে কয় যে  46 নতুন সংক্ৰমণৰ বেছি ভাগেই বিদেশৰ পৰা অহা চীনৰ নাগৰিক। ইয়াৰ 10 টা স্থনীয় সংক্ৰমনৰ লগত জড়িত। ইয়াৰ উপৰিও মংগলবাৰে নতুন আৰু সংক্ৰমণৰ সংখ্যা 1500 হৈছিল।ইয়াৰ 10 টা স্থনীয় সংক্ৰমনৰ লগত জড়িত।
Previous Post Next Post