How to Online Apply for E-Pass-Lock-Down ৰ সময়ছোৱাত ওলাবলৈ E-PASS নিজৰ মোবাইলৰ পৰা আবেদন কৰক।


Lock-Down ৰ সময়ছোৱাত ওলাবলৈ E-PASS নিজৰ মোবাইলৰ পৰা আবেদন কৰক। প্ৰথমতে অসম চৰকাৰৰ Website https://covid19.assam.gov.in/ এই Website টোত যাব লাগিব।
Step:1- EPASS-HOME optionটোত Clickকৰিব।




Step:2-তাৰ পিছত Application details fill up কৰিব-যেনে:- Appliciant name, mobile number,date of birth,E-mail & Type of applicant Select কৰিব।





Step:3- তাৰ পিছত আবেদনকাৰীৰ House No., Locality, village, District,post-office, Police Station, Block লিখিব।





Step:4- তাৰ পিছত আবেদনকাৰীৰ অ  Pass Details fill up কৰিব-যেনে:-Vehicle Registration No., Vehicle Type, Journey Type, Number of person.etc.





Step:5- Application Processing Location Select কৰিব।তাৰ পিছত Declaration Right Mark কৰিব।

আৰু তলত যিটো Word Verificationআছে তাত Click কৰি Summit Buttonত Clickকৰিব।






এইখিনি কৰাৰ পিছত আপুনি এটা Application no. পাব ,সেইটো Screenshotকৰি ৰখিব। যেতিয়াই আপোনাৰ Application Approved হব ,আপোনাৰ Mobile No.ত Msg আহিব,তাৰ পিছত Downloadকৰিব পাৰিব।


Online Apply E-PASS:-Click here
Previous Post Next Post